সৰ্বানন্দ সোণোৱালৰ পদত্যাগ পত্ৰ দাখিল - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 9 May 2021

সৰ্বানন্দ সোণোৱালৰ পদত্যাগ পত্ৰ দাখিল

 




W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ,

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে দেওবাৰে ৰাজ্যপাল জগদীশ মুখীৰ হাতত পদত্যাগ পত্ৰ দাখিল কৰে। মুখ্যমন্ত্ৰী সোণোৱাল কয় ' অসমৰ ৰাইজ আৰু স্বৰ্গীয় আই-পিতাইৰ আশীৰ্বাদ শিৰত লৈ ৰাজ্যপাল জগদীশ মুখীৰ হাতত অসমৰ মুখ্যমন্ত্ৰী হিচাপে মোৰ পদত্যাগ পত্ৰ দাখিল কৰিলোঁ।'

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here