লুৰিণজ্যোতি গগৈৰ মাতৃ প্ৰয়াত দুলু গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰীৰ - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Saturday 10 April 2021

লুৰিণজ্যোতি গগৈৰ মাতৃ প্ৰয়াত দুলু গগৈৰ প্ৰতি শ্ৰদ্ধা নিবেদন মুখ্যমন্ত্ৰীৰ

 



W7S NEWS,ষ্টাফৰিপোৰ্টাৰ, ধৰ্মপ্ৰাণ মহিলা, বিশিষ্ট সমাজসেৱিকা তথা অসম জাতীয় পৰিষদৰ সভাপতি  লুৰিণজ্যোতি গগৈৰ মাতৃ প্ৰয়াত দুলু গগৈৰ তিনিচুকীয়া জিলাৰ মৰাণকাৰী গাঁওস্থিত বাসগৃহত অনুষ্ঠিত অদ্যশ্ৰাদ্ধ অনুষ্ঠানত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল উপস্থিত থাকে।

 মুখ্যমন্ত্ৰী সোনোৱালে প্ৰয়াত দুলু গগৈৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰি গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here