বিবাহপাশত আৱদ্ধ হ'ল উৰ্মিলা মহন্ত - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Sunday 25 April 2021

বিবাহপাশত আৱদ্ধ হ'ল উৰ্মিলা মহন্ত

 



#marriage#actress#urmila mahanta#assam


W7S, NEWS, ষ্টাফৰিপোৰ্টাৰ : অসমৰ জনপ্ৰিয় অভিনেত্ৰী উৰ্মিলা মহন্তই দেওবাৰে চেন্নাইত বিবাহপাশত আবদ্ধ হয়। দীৰ্ঘদিনৰ বন্ধু তথা দক্ষিণৰ অভিনেতা আৰ বদ্ৰীৰ সৈতে বিবাহপাশত আবদ্ধ হ'ল অভিনেত্ৰীগৰাকী। ক'ভিড পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত নিজৰ পৰিয়াল আৰু নিকটৱৰ্তী আত্মীয় আৰু বন্ধুৰ উপস্থিতিত এই বিবাহকাৰ্য সম্পন্ন কৰা হয়।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here