নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ দপ্তৰ : - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Tuesday 11 May 2021

নতুন মন্ত্ৰীসভাৰ মন্ত্ৰীসকলৰ দপ্তৰ :

 

W7S, NEWS, নিউজ ডেস্ক:


১) মুখ্যমন্ত্ৰী : গৃহ, পি ডব্লিউ ডি, পাৰ্চনেল বিভাগ

২) কেশৱ মহন্ত : স্বাস্থ্য, তথ্য আৰু প্ৰযুক্তি

৩) ইউ জি ব্ৰহ্ম : হস্ততাঁত, বস্ত্ৰশিল্প

৪) চন্দ্ৰমোহন পাটোৱাৰী : পৰিবহন, উদ্যোগ, সংখ্যালঘূ উন্নয়ন

৫) অশোক সিংহাল : গুৱাহাটী উন্নয়ন, নগৰ উন্নয়ন, জলসিঞ্চন

৬) অজন্তা নেওগ : বিত্ত, সমাজ কল্যাণ

৭) পিযুষ হাজৰিকা : সংসদীয় পৰিক্ৰমা, জনসংযোগ, জলসম্পদ 

৮) ৰনোজ পেগু : শিক্ষা, জনজাতি উন্নয়ন

৯) ৰঞ্জিত দাস : পঞ্চায়ত, গ্ৰাম্য উন্নয়ন, যোগান

১০) যোগেন মহন : ৰাজহ, পাৰ্বত্য উন্নয়ন, খনি

১১) অতুল বৰা : কৃষি, পশুপালন, অসম চুক্তি ৰূপায়ন

১২) পৰিমল শুক্লবৈদ্য : আবকাৰী,।বন, মীন

১৩) সঞ্জয় কিষাণ : শ্ৰম, নিয়োগ

১৪) বিমল বৰা : সাংস্কৃতিক, ক্ৰীড়া আৰু যুৱ কল্যাণ

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here