গানৰ ৰজা’ — ওজাচ কিডজৰ বিশেষ শ্ৰদ্ধাঞ্জলি - W7S News

Breaking News

test banner

Breaking

Home Top Ad

Responsive Ads Here

Post Top Ad

Responsive Ads Here

Thursday, 17 September 2026

গানৰ ৰজা’ — ওজাচ কিডজৰ বিশেষ শ্ৰদ্ধাঞ্জলি


 ‘

W7s news,,গুৱাহাটী, ১৭ ছেপ্টেম্বৰ: ওজাচ কিডজৰ উদ্যোগত অসমৰ জনপ্ৰিয় শিল্পী জুবিন গাৰ্গৰ সৃষ্টিশীল অৱদানৰ প্ৰতি শ্ৰদ্ধা জনাই ‘গানৰ ৰজা’ শীৰ্ষক এক বিশেষ অনুষ্ঠান অনুষ্ঠিত হয়।

অনুষ্ঠানত কণ কণ শিক্ষাৰ্থীসকলে ‘কাঞ্চনজংঘা’, ‘মন যায়' আৰু ‘ৰৈ ৰৈ বিনালে’ চলচ্চিত্ৰৰ দৃশ্য অভিনয়েৰে উপস্থাপন কৰে। লগতে ‘ৰৈ ৰৈ বিনালে’, ‘মনলৈ উভতি আহে’ আৰু ‘মুকুতা মুকুতা’ আদি জনপ্ৰিয় গীত পৰিৱেশন কৰে।

শেষত ‘দিয়া ঘূৰাই দিয়া মায়াবিনী’ গীতেৰে অনুষ্ঠানটোৰ সামৰণি পৰে। শিশুসকলৰ মনোমোহা পৰিৱেশনে অনুষ্ঠানটোক আৱেগিক আৰু স্মৰণীয় কৰি তোলে।

No comments:

Post a Comment

Post Bottom Ad

Responsive Ads Here